Tuesday, July 8, 2025
Homeঅসমছয় জনকৈ বিজেপি সমৰ্থকৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছ দলৰ

ছয় জনকৈ বিজেপি সমৰ্থকৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছ দলৰ

  • তীৰ্থ বৰা, নগাঁও: অসমৰ পাঁচ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণাৰ দিনটোতে চামগুৰিত ব্যাপক নিৰ্বাচনী হিংসা
  • কংগ্ৰেছৰ ৰেলীত আক্ৰমণ বিজেপি কৰ্মীৰ
  • গোটা বাঁহেৰে বিধায়কৰ বাহনত আক্ৰমণ
  • বিধায়ক নুৰুল হুদা আহত
  • বিধায়ক শিৱামণি বৰা,নুৰুল হুদাৰ উপৰিও আন কেইবাখনো বাহনত আক্ৰমণ বিজেপি সমৰ্থকৰ
  • ঘটনা সন্দৰ্ভত ৰূপহী আৰক্ষী থানাত এজাহাৰ দাখিল বিধায়ক শিৱামণিৰ
  • চামগুৰিৰ শিঙিমাৰীত এই ঘটনা
  • ঘটনাৰ নিৰপেক্ষ তদন্তৰ বাবে নগাঁৱৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন,বিধায়ক নুৰুল হুদা আৰু শিৱামণি বৰাৰ
  • অসমৰ গৃহমন্ত্ৰী আৰু বিজেপি নেতৃত্বক সমালোচনা কংগ্ৰেছ নেতৃত্বৰ
  • মজিবুৰ ৰহমান নামৰ এজন ন-বিজেপিৰ নেতৃত্বত এই আক্ৰমণ চলাৰ অভিযোগ
  • ছয় জনকৈ বিজেপি সমৰ্থকৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছ দলৰ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments