Thursday, March 12, 2026
Homeঅসমকৰুণ মৃত্যু SI অৰ্চনা দেৱীৰ

কৰুণ মৃত্যু SI অৰ্চনা দেৱীৰ

ডিজিটেল ডেস্ক, ২১অক্টোবৰ: অসম আৰক্ষীৰ SI অৰ্চনা দেৱীৰ বিয়োগ। ১০ অক্টোবৰত দুৰ্ঘটনাত পতিত হৈছিল অৰ্চনা দেৱী। কৰ্মৰত অৱস্থাত সোণাপুৰত সংঘটিত হৈছিল দুৰ্ঘটনা।

GMCHত চিকিৎসাধীন হৈ আছিল SI অৰ্চনা দেৱী। ১৩ দিন ধৰি চিকিৎসাধীন হৈ থকাৰ অন্তত নিয়তিৰ ওচৰত হাৰ মানিলে অৰ্চনাই। অসম আৰক্ষীৰ ২০২১ বেটচৰ উপ-পৰিদৰ্শক আছিল অৰ্চনা। অৰ্চনা দেৱীৰ অকাল মৃত্যুত ছিপাঝাৰৰ ঘোঁৰাবান্ধাত শোকৰ ছাঁ।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments