Thursday, March 12, 2026
Homeঅসমগৰুখুঁটি উচ্ছেদৰ তদন্ত কমিটীৰ প্ৰতিবেদন দাখিল

গৰুখুঁটি উচ্ছেদৰ তদন্ত কমিটীৰ প্ৰতিবেদন দাখিল

ডিজিটেল ডেস্ক, ২১অক্টোবৰ: গৰুখুঁটি উচ্ছেদৰ তদন্ত কমিটীৰ প্ৰতিবেদন দাখিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি ডি আগৰৱালাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰিলে প্ৰতিবেদন। ৩১৯ পৃষ্ঠাৰ প্ৰতিবেদনত আছে ৪৪ গৰাকী ব্যক্তিৰ সাক্ষ্য।

৫৫ খন স্মাৰক পত্ৰও আছে প্ৰতিবেদনখনত। ১৬ টা পৰামৰ্শ সম্বলিত প্ৰতিবেদনত ভূমিৰ প্ৰসংগ বিশেষভাৱে উল্লেখ। ২০২১ৰ ২৩ ছেপ্টেম্বৰত গৰুখুঁটিত হৈছিল উচ্ছেদ। য’ত দুজন ব্যক্তিৰ মৃত্যু হৈছিল আৰু কেইবাগৰাকী আহত হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments