Wednesday, March 11, 2026
Homeঅসমনগাঁৱত তানজিল হুছেইনৰ মনোনয়ন পত্ৰ দাখিল

নগাঁৱত তানজিল হুছেইনৰ মনোনয়ন পত্ৰ দাখিল

তীৰ্থ বৰা, ২৪অক্টোবৰ: চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তানজিল হুছেইনৰ মনোনয়ন দাখিল ।

ৰিটাৰ্ণিং বিষয়া গুণজিৎ কাশ্যপৰ ওচৰত মনোনয়ন পত্ৰ দাখিল । পত্ৰ দাখিলৰ সময়ত তানজিলৰ সৈতে উপস্থিত থাকে প্ৰাৰ্থী গৰাকীৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইন , সাংসদ গৌৰব গগৈ , বিধায়ক দেৱব্ৰত শইকীয়া । চামগুৰিৰ পৰা হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ নগাঁও চহৰলৈ আহি জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে যুৱ প্ৰাৰ্থী তানজিল হুছেইনে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments