- শিৱসাগৰ বোমাতংক |
- শিৱসাগৰ জিলা দ’লমুখ চাৰিআলি সংঘটিত হৈছে এই ঘটনা ৷
- ফুটফাট কাষত থকা ১০ নম্বৰ দোকানত সন্মুখত ৰাখি থোৱা এটা মোনা |
- উদ্ধাৰ হৈছে ID জাতীয় সামগ্ৰী উদ্ধাৰ হৈছে |
- ঘটনাস্থলীত আৰক্ষী উপস্থিত উদ্ধাৰ কৰি নিয়ে মোনাটো |
- বৰ্তমানলৈকে লৈকে বোমা হয় নে নহয় এতিয়া নিশ্চিত হোৱা নাই |
- আৰক্ষী তদন্ত পাছত নিশ্চিত হব আচলতে বোমা অন্য সামগ্ৰী
বোমাতংক
RELATED ARTICLES