২০২৫ বৰ্ষৰ ব’ৰ্ড পৰীক্ষাৰ বাবে ১৫ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা বুলি কৰা মন্তব্যক অস্বীকাৰ CBSEৰ৷
উল্লেখ্য যে, CBSEৰ ২০২৫ বৰ্ষৰ ব’ৰ্ড পৰীক্ষাৰ বাবে ১৫ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা বুলি এক তথ্য প্ৰকাশিত হৈছিল।
কিন্তু CBSEৰ তৰফৰ পৰা এয়া ভুল তথ্য বুলি মন্তব্য কৰে৷