- সোণাৰিৰ ব্যৱসায়ী অপহৰণক লৈ অসন্তুষ্ট ‘কন্যাক ইউনিয়ন’
- নাগালেণ্ডৰ মন জিলাত কন্যাক ইউনিয়নৰ মাৰাথন বৈঠক
- নগাভূমিত এনে অপহৰণ আৰু ধন দাবী সহ্য কৰা নহ’ব বুলি হুংকাৰ
- NSCNৰ আংমাই গোটক অপহৃতক মুকলি কৰি দিবলৈ আহ্বান
- ম্যানমাৰৰ পৰা আহি এনে দুষ্কাৰ্য নকৰিবলৈ সকীয়নি
- এতিয়ালৈ এনে ১১টা অপহৰণকাণ্ড সংঘটিত কৰিছে আংমাই গোটে