Tuesday, July 8, 2025
Homeঅসমতিনি গৰাকী আদৰ্শ খেতিয়কে লাভ কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষক বঁটা

তিনি গৰাকী আদৰ্শ খেতিয়কে লাভ কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষক বঁটা

ডিজিটেল ডেস্ক, ৪ডিচেম্বৰ: অসমৰ তিনি গৰাকী আদৰ্শ খেতিয়কে লাভ কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষক বঁটা। “Millionaire Farmer of India Award 2024” লাভ কৰিলে গোৱালপাৰা জিলাৰ দুধনৈৰ হৰকান্ত বসুমতাৰী, ধেমাজি জিলাৰ দেৱজিত চাংমাই আৰু চিৰাং জিলাৰ আকবৰ আলীয়ে।

নতুন দিল্লীত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰে বঁটা ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments