• ১৪, ১৫ জানুৱাৰী (মঙল, বুধবাৰ)-মাঘ বিহু, টুছু পূজা
• ২৩ জানুৱাৰী (বৃহস্পতিবাৰ)-নেতাজীৰ জন্মদিন
• ২৬ জানুৱাৰী (দেওবাৰ)-গণতন্ত্ৰ দিৱস
• ২৮ জানুৱাৰী (মঙলবাৰ)-বাথৌ পূজা
• ৩১ জানুৱাৰী (শুকুৰবাৰ)-মে-ডাম-মে-ফি
• ১২ ফেব্ৰুৱাৰী (বুধবাৰ)-বীৰ চিলাৰায় দিৱস
• ১৪ মার্চ (শুকুৰবাৰ)-দৌলযাত্রা/ফাকুৱা
• ৩১ মার্চ (সোমবাৰ)-ঈদ-উল-ফিটৰ
• ১৪, ১৫, ১৬ এপ্রিল (সোম, মঙল, বুধবাৰ)-ৰঙালী বিহু
• ১৮ এপ্রিল (শুকুৰবাৰ)-গুড ফ্রাইডে
• ২১ এপ্রিল (সোমবাৰ)-সতী সাধনী দিৱস
• ২৮ এপ্রিল (সোমবাৰ)-দামোদৰ দেৱৰ তিথি
• ১ মে’ (বৃহস্পতিবাৰ)-মে’ দিৱস
• ১২ মে’ (সোমবাৰ)-বুদ্ধ পূর্ণিমা
• ৭ জুন (শনিবাৰ)-ঈদ-উজ-জোহা
• ১২ জুন (বৃহস্পতিবাৰ)-শ্রী শ্রী মাধৱদেৱৰ জন্মোৎসৱ
• ১৫ আগষ্ট (শুকুৰবাৰ)-স্বাধীনতা দিৱস
• ২৫ আগষ্ট (সোমবাৰ)-শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি
• ৩ ছেপ্টেম্বৰ (বুধবাৰ)-কৰম পূজা
• ১২ ছেপ্টেম্বৰ (শুকুৰবাৰ)-শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি
• ১৪ ছেপ্টেম্বৰ (দেওবাৰ)-জন্মাষ্টমী
• ২৯,৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰ (সোম, মঙল, বুধবাৰ)-দুর্গা পূজা
• ২ অক্টোবৰ (বৃহস্পতিবাৰ)-গান্ধী জয়ন্তী/ বিজয়া দশমী/শ্রীমন্ত শংকৰদেৱৰ জন্মোৎসৱ
• ১৮ অক্টোবৰ (শনিবাৰ)-কাতি বিহু
• ২০ অক্টোবৰ (সোমবাৰ)-কালী পূজা/দীপাৱলী
• ২৩ অক্টোবৰ (বৃহস্পতিবাৰ)-ভাতৃ দ্বিতীয়া
• ২৮ অক্টোবৰ (মঙলবাৰ)-ষঠ পূজা
• ৫ নৱেম্বৰ (বুধবাৰ)-গুৰু নানকৰ জন্মজয়ন্তী
• ২৪ নৱেম্বৰ (সোমবাৰ)-লাচিত দিৱস
• ২ ডিচেম্বৰ (মঙলবাৰ)-অসম দিৱস
• ২৫ ডিচেম্বৰ (বৃহস্পতিবাৰ)-বৰদিন
