Sunday, July 6, 2025
Homeঅসমধেমাজিৰ বিষ্ণুপুৰত সংঘটিত হত্যাকাণ্ডৰ ৰায়দান

ধেমাজিৰ বিষ্ণুপুৰত সংঘটিত হত্যাকাণ্ডৰ ৰায়দান

ডিজিটেল ডেস্ক, ১৩ডিচেম্বৰ: ২০১২ৰ ধেমাজিৰ বিষ্ণুপুৰত সংঘটিত হত্যাকাণ্ডৰ ৰায়দান। ৬ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰকৈ জৰিমনা। ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। অভিযুক্ত দেৱ বৰ্মন, নৰেন বৰ্মন, অজিৎ বৰ্মন, ৰাজীৱ বৰ্মন। টপেশ দাস, ধনঞ্জয় কৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ। নন্দি সিং নামৰ লোকজনক নৃশংসভাৱে হত্যা কৰিছিল ৬ অভিযুক্তই। সুদীৰ্ঘ ১২ বছৰৰ অন্তত ন্যায় লাভ কৰিলে নন্দি সিঙৰ পৰিয়ালবৰ্গই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments