Sunday, July 6, 2025
HomeUncategorizedভয়ংকৰ পথ দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক, ২০ডিচেম্বৰ: ৰাজস্থানৰ জয়পুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। CNG পৰিবাহী ট্ৰাক আৰু LPG ভৰ্তি ট্ৰাকৰ মাজত খুন্দা। দুৰ্ঘটনাত নিহত ৫জন লোক, ২৪জনৰো অধিক লোক আহত। সংঘৰ্ষৰ পাছতে বিস্ফোৰিত হয় CNGভৰ্তি ট্ৰাকখন। তাৰ পাছতে লাগে ভয়ংকৰ জুই।

প্ৰায় ৪০খনতকৈ অধিক বাহনত লাগে জুই। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ২০খনতকৈ অধিক বাহন। দুৰ্ঘটনাত আহতসকলক চিকিত্সালয়ত ভৰ্তি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments