- দিল্লী বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ।
- প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ বিজেপিৰ।
- নতুন দিল্লী সমষ্টিত AAPৰ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব পৰৱেশ বাৰ্মা।
- কৰোল বাগ সমষ্টিত দুষ্মন্ত গৌতমক প্ৰাৰ্থিত্ব।
- ৰাজৌৰী গাৰ্ডেনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মনজিন্দৰ সিং ছিৰছাই।
- বিজৱাচানত কৈলাশ গেহলট, গান্ধী নগৰত অৰবিন্দৰ সিং লাভলীক প্ৰাৰ্থিত্ব।