ভোগালীৰ উৰুকাৰ দিনটোতেই ৰাজ্যবাসীলৈ ভাল খবৰ।
চৰাইদেউলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ আনুষ্ঠানিক স্বীকৃতি পত্ৰ প্ৰদান।
পেৰিছত UNESCOৰ মুখ্য কাৰ্যালয়ত স্বীকৃতি পত্ৰ গ্ৰহণ মন্ত্ৰী বিমল বৰাৰ।