Friday, March 13, 2026
Homeৰাষ্ট্ৰীয়কুম্ভমেলাত অগ্নিকাণ্ড

কুম্ভমেলাত অগ্নিকাণ্ড

ডিজিটেল ডেস্ক, ১৯জানুৱাৰী: উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা কুম্ভমেলাত অগ্নিকাণ্ড। মহাকুম্ভৰ ছেক্টৰ ১৯ত অগ্নিকাণ্ড। শাস্ত্ৰী ব্ৰীজৰ ছেক্টৰ ১৯ নং কেম্পত লাগিছে জুই। ক’লাই ধোঁৱাৰে ছানি ধৰিছে আকাশ। ভক্তৰ মাজত হাহাকাৰ পৰিস্থিতি। জুই নিৰ্বাপণৰ বাবে তত্পৰ অগ্নিনিৰ্বাপক বাহিনী

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments