- কামাখ্যা মন্দিৰত EDৰ অভিযান
- প্রায় ৭.৬২ কোটি টকাৰ কেলেংকাৰিৰ তথ্য
- কামাখ্যা দেবোত্তৰ ব’ৰ্ডৰ হাৱালা কেলেংকাৰি
- ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত EDৰ অভিযান
- দেবোত্তৰ ব’ৰ্ডৰ মুখ্য প্রশাসক ৰিজু প্ৰসাদ শর্মা মন্দিৰৰ নামত সামগ্ৰী ক্ৰয়ৰ নামত বৃহৎ কেলেংকাৰি
- EDয়ে জব্দ কৰিলে প্রায় ১.৮২ কোটি টকাৰ বীমা পলিচী