Monday, July 7, 2025
Homeঅসমবৈষ্ণৱ পণ্ডিত সোনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ পৰিণত হ'ব দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ

বৈষ্ণৱ পণ্ডিত সোনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ পৰিণত হ’ব দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ

কালিলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। যোৰহাট ম’হবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত কালিলৈৰ পৰা আৰম্ভ হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক কেন্দ্ৰীয় অধিবেশন |

অধিবেশনলৈ মাজত কেইটামান ঘন্টা থকা সময়ত আজি সমন্বয় ক্ষেত্ৰলৈ সোঁত বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক ভকত বৈষ্ণৱৰ |

বিভিন্ন জিলাৰ ভকত বৈষ্ণৱৰ বাবে পৃথকে পৃথকে নিৰ্মান কৰা হৈছে শিবিৰ সমুহ | সমান্তৰাল ভাৱে সকলো জিলাৰ সেৱা বাহিনী স্বেচ্চাসেৱক সকল আহি উপস্থিত হৈছে সমন্বয় ক্ষেত্ৰত |

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments