শ্ৰীমন্ত শংকৰ সংঘৰ নতুন কেন্দ্ৰীয় সমিতি গঠন
* উপ-পদাধিকাৰ- চন্দ্ৰ হাজৰিকা
* প্রধান সম্পাদক- কুশল ঠাকুৰীয়া
* যুটীয়া সম্পাদক- দেৱৰঞ্জন বৰা আৰু তোষেশ্বৰ চুতীয়া
* সাহিত্য শাখা সম্পাদক- অচ্যুত কৃষ্ণ কলিতা
* সাহিত্য শাখাৰ সভাপতি- মৃণাল কুমাৰ বৰুৱা
* প্ৰচাৰ শাখাৰ সম্পাদক- ৰন্তু খনিকৰ
* প্ৰচাৰ শাখাৰ সভাপতি- হীৰেন্দ্ৰ কুমাৰ ডেকা
* সাংস্কৃতিক শাখাৰ সম্পাদক- প্রশান্ত শইকীয়া
* সংস্কৃতি শাখাৰ সভাপতি- অলিম মহন্ত
* কেন্দ্ৰীয় সেৱাবাহিনীৰ মুখ্য অধিনায়ক- সঞ্জীৱ বৰা
