- পুনৰ শিক্ষকৰ গৰ্জনেৰে কঁপিব দিছপুৰ
- প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰিব শিক্ষক সংগঠনে
- ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত দুই শিক্ষক সংগঠনে চৰকাৰৰ বিৰুদ্ধে কৰিব প্রতিবাদ
- ১৩ তাৰিখে চচলত সদৌ অসম কৰ্মৰত অনিয়মীয়া প্রাথমিকআৰু উচ্চ প্রাথমিক শিক্ষক সন্থাৰ প্ৰতিবাদ
- ১৪ তাৰিখে অসম অ-প্রাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ‘দিছপুৰ চলো’ শীর্ষক কার্যসূচী
