Sunday, July 6, 2025
Homeঅসমবাহাল থাকিল অনিয়মেৰে APSC উত্তীৰ্ণ হোৱা বিষয়াৰ চাকৰি 

বাহাল থাকিল অনিয়মেৰে APSC উত্তীৰ্ণ হোৱা বিষয়াৰ চাকৰি 

  • বাহাল থাকিল অনিয়মেৰে APSC উত্তীৰ্ণ হোৱা বিষয়াৰ চাকৰি
  • ৰাজ্য চৰকাৰৰ আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ
  • সময়ত সঠিক শপতনামা দাখিল কৰিব নোৱাৰাৰ বাবেই মুখথেকেচা চৰকাৰৰ
  • বৰ্খাস্ত কৰাৰ পিছতো চৰকাৰৰ ভুলৰ বাবে চাকৰি ঘূৰাই পাইছিল ৰাজপত্ৰিত বিষয়াই
  • উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে চাকৰি বৰ্খাস্তকৰণত জাৰি কৰিছিল স্থগিতাদেশ
  • এজনীয়া বিচাৰপীঠক প্ৰত্যাহ্বান জনাই চৰকাৰে খণ্ড বিচাৰপীঠত দাখিল কৰিছিল আবেদন
  • শুকুৰবাৰে খণ্ড বিচাৰপীঠে চৰকাৰৰ আবেদন খাৰিজ কৰে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments