Wednesday, July 9, 2025
Homeৰাজনৈতিকদিল্লীত কংগ্ৰেছৰ হাইক'মাণ্ডৰ বৈঠক

দিল্লীত কংগ্ৰেছৰ হাইক’মাণ্ডৰ বৈঠক

  • বুধবাৰে দিল্লীত কংগ্ৰেছৰ হাইক’মাণ্ডৰ বৈঠক
  • কংগ্ৰেছৰ চাৰিটাকৈ ভাতৃ সংগঠনৰে বৈঠকত বহিব ৰাহুল গান্ধী
  • জৰুৰীভাৱে দিল্লীলৈ তলব চাৰিওটা সংগঠনৰ সভাপতিক
  • দিল্লীলৈ তলব মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰক
  • যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰকো তলব
  • NSUIৰ ৰাজ্যিক সভাপতি কৃষাণু বৰুৱাক তলব দিল্লীলৈ
  • APCCৰ সেৱা দলৰ সভাপতি দীপ বায়নকো তলব
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments