- টোল কৰ সংগ্ৰহক লৈ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নির্দেশনা
- পথৰ অৱস্থা বেয়া হ’লে সংগ্ৰহ কৰিব নোৱাৰিব টোল কৰ
- পথ ভাল নোহোৱা পৰ্যন্ত কৰ সংগ্ৰহ কৰিব নোৱাৰিব চৰকাৰে
- লগতে ৬০ কিঃমিঃৰ ভিতৰত স্থাপন কৰিব নোৱাৰিব কোনো টোলগেট
- ৬০ কিঃমিঃৰ ভিতৰত থকা টোলগেট আঁতৰোৱাৰ নিৰ্দেশ ন্যায়ালয়ৰ
- লখনপুৰ, বান টোল প্লাজাত মাচুলৰ পৰিমাণ ২০%লৈ হ্ৰাসৰ নির্দেশ
- জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়দানক লৈ দেশজুৰি চৰ্চা