Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়৩৬ মিনিটতে যাব পাৰিব কেদাৰনাথলৈ

৩৬ মিনিটতে যাব পাৰিব কেদাৰনাথলৈ

  • ৩৬ মিনিটতে যাব পাৰিব কেদাৰনাথলৈ
  • সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ নিৰ্মাণ হ’ব ৰোপৱে
  • ১২.৯ কিলোমিটাৰ সামৰি ল’ব এই ৰোপৱেয়ে
  • পূৰ্বে সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ যাবলৈ লাগিছিল প্রায় ৯ ঘণ্টা
  • কিন্তু এই ৰোপৱে নিৰ্মাণ হ’লে ৩৬ মিনিটতে পাব কেদাৰনাথ
  • প্রায় ৪,০৮১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব এই ৰোপৰে সেৱা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments