Wednesday, July 9, 2025
Homeৰাষ্ট্ৰীয়পাকিস্তানত ৰে’ল ‘হাইজেক’

পাকিস্তানত ৰে’ল ‘হাইজেক’

ডিজিটেল ডেস্ক, ১১মাৰ্চ: পাকিস্তানত সন্ত্রাসবাদীয়ে হাইজেক কৰিছে যাত্রীবাহী ৰে’ল। বোলনত জাফৰ এক্সপ্ৰেছ হাইজেক বলুচ্ লিবাৰেচন আৰ্মীৰ।

সন্ত্রাসবাদীৰ গুলীত ৰে’লখনৰ চালক আহত ৬। পাকিস্তানী সেনাক হত্যা কৰা বুলিও দাবী সংগঠনটোৰ। আবদ্ধ হৈ আছে ১২০ গৰাকী যাত্রী

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments