ডিজিটেল ডেস্ক, ১১মাৰ্চ: ‘‘ফেব্ৰুৱাৰী মাহত ঘোষণা হ’ব ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ দিন’’, সদনত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ‘‘ফেব্ৰুৱাৰীত নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’লে আমি অৰুণোদয় দিব নোৱাৰিম ৷প্ৰয়োজন হ’লে ফেব্ৰুৱাৰীত একেলগে আমি পাঁচ মাহৰ অৰুণোদয়ৰ ধন দিম।’সোমবাৰেও বাজেট দাখিলৰ পিছতে সংবাদ মেলত অনুৰূপ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে।