- পুনৰ মুকলি হ’ল শিক্ষক বদলিকৰণ পৰ্টেল
- শিক্ষকসকলে আন্তঃজিলা বদলিকৰণৰ বাবে কৰিব পাৰিব আবেদন
- কাইলৈৰ পৰা শিক্ষকসকলে কৰিব পাৰিব আবেদন
- আবেদনৰ অন্তিম সময়সীমা ৩০ এপ্রিল
- গ্রীষ্ম বন্ধত সম্পূর্ণ হ’ব শিক্ষক বদলিকৰণৰ প্ৰক্ৰিয়া
- চাকৰি কৰা ১০ বছৰ হোৱাসকলক দিয়া হ’ব অগ্ৰাধিকাৰ
- দিব্যংগসকলৰ দুবছৰ হ’লেই লাভ কৰিব অগ্ৰাধিকাৰ