- অপাৰেচন দ্য হান্টাৰ লিফটাৰ
- দিছপুৰ আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰ
- আৰক্ষীয়ে উদ্ধাৰ কৰে ১৩খন চুৰি বাইক
- উদ্ধাৰ কৰা ১২খন বাইকেই ৰয়েল এডফিল্ড হাণ্টাৰ
- বিভিন্ন স্থানত চলা অভিযানত উদ্ধাৰ বাইককেইখন
- ১০টা কুখ্যাত চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ
- আৰক্ষীৰ জালত পৰা অধিকাংশ চোৰেই মণিপুৰৰ