Wednesday, July 9, 2025
Homeঅসমআলফাৰ বিহু SOP

আলফাৰ বিহু SOP

  • বিহুৰ অনুষ্ঠানত হিন্দী গীতৰ পয়োভৰ নচলিব
  • সাত বিহুত শিল্পীসকলে নাগাব হিন্দী গীত
  • ব’হাগৰ ৭ দিনত হিন্দী গীতৰ অনুমতি বাতিল কৰক
  • স্বকীয়তাক বিসর্জন দিয়া বিহু সমিতিক সকীয়নি
  • হিন্দী গীত বিহুৰ সৈতে কেতিয়াও সংপৃক্ত নহয়
  • হিন্দী গীতক প্রাধান্য দিলে বিহু জাতীয় উৎসৱ হৈ নাথাকিব
  • বিহুৰ উৰ্ধত কোনো সমিতি বা কণ্ঠশিল্পী হ’ব নোৱাৰে
  • জুবিন গাৰ্গ, পাপন মহন্তকে ধৰি শিল্পীসকললৈ আহ্বান
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments