- অসমৰ লাখ লাখ বিদ্যুৎ গ্রাহকলৈ সুখবৰ
- ১ এপ্ৰিলৰ পৰা কমিব বিদ্যুতৰ বিল
- ঘৰুৱা গ্ৰাহকৰ বাবে প্রতি ইউনিটত হ্রাস পাব ১ টকা
- প্রতি মাহত ১২০ ইউনিট খৰচ কৰা ঘৰুৱা গ্রাহকে পাব এই ৰেহাই
- বাণিজ্যিক, উদ্যোগ, কৃষি প্রতিষ্ঠানে পাব প্রতি ইউনিটত ২৫ পইচা ৰেহাই
- ৰাজ্যৰ বিদ্যুৎ গ্রাহকক সুখবৰ দিলে শক্তি বিভাগে