ডিজিটেল ডেস্ক, ৩০মাৰ্চ: গুৱাহাটী অভিমুখী কামাখ্যা এক্সপ্ৰেছত ভয়ংকৰ ঘটনা। ১১টাকৈ দবা লাইনচ্যুত হোৱা ৰে’লখনত আছিল অসমৰ শ শ যাত্ৰী। ওড়িশাৰ মাংগুলী ৰেলৱে ষ্টেচনৰ সমীপত এই দুৰ্ঘটনা।
উৰিষ্যাত হোৱা ৰে’ল দুৰ্ঘ/ট/নাত সহায়ৰ বাবে ফোন নম্বৰ মুকলি
Guwahati: 0361-2731621, 0361-2731622, 0361-2731623
Kamakhya: 9957247953
Rangiya: 9854419064, 9957554979
New Bongaigaon: 9957554957, 9957554964
New Coochbehar: 7605036155
Kishanganj: 6456226794
Barsoi: 6451220886