- চানমাৰী আৰক্ষীৰ জালত বৃহৎ চোৰৰ গেং
- এইপর্যন্ত ৯ টাকৈ চোৰ চানমাৰী আৰক্ষীৰ জালত
- চোৰ কেইটাৰ পৰা জব্দ সোণৰ খাৰু, অন্য গহণা, কেমেৰা
- আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
- ভিন্ন প্রান্তত এতিয়াও চলি আছে আৰক্ষীৰ অভিযান
- বহু কেইটা ডকাইটি কাণ্ডৰ সৈতে জড়িত ধৃত গেংটো
- গেংটোৰ সৈতে সোণাৰী, ড্ৰাইভাৰ জড়িত থকাৰো সন্দেহ
