Sunday, July 6, 2025
Homeঅসমসাৱধান! আহি গ'ল বৰদৈচিলা!

সাৱধান! আহি গ’ল বৰদৈচিলা!

ডিজিটেল ডেস্ক, ১৩এপ্ৰিল: আজি নিশা বিশেষ কাম নাথাকিলে ঘৰৰ পৰা নোলাব। বৰাক আৰু নামনি অসমত হ’ব অধিক ভয়ংকৰ পৰিস্থিতি। ৫ দিনলৈ ORANGE আৰু YELLOW ALERT ৰাজ্যজুৰি। ঘন্টাত ৬০ কিঃমিঃ বেগত বলিছে ধুমুহা, আকাশত মেঘৰ গৰ্জন।
ৰাজ্যত বতৰৰ কালৰূপ। ঠায়ে ঠায়ে প্ৰচণ্ড শিল-বৰষুণ। বিহুৰ বজাৰ কৰিবলৈ জনতাৰ হাহাকাৰ। নিশালৈ প্ৰতিঘন্টাত ৬০ কিঃমিঃ বেগত আহিব পাৰে ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰৰ জাৰি এলাৰ্ট।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments