- সকলো টেলিভিচন চেনেললৈ নির্দেশনা
- সামাজিক মাধ্যমত পোষ্ট কৰাৰ ক্ষেত্ৰতো সচেতন হোৱাৰ নিৰ্দেশ
- প্ৰতিৰক্ষা অভিযান সম্পর্কীয় পোনপটীয়া সম্প্ৰচাৰৰ ক্ষেত্ৰত বাধা
- পূৰ্বৰ সন্ত্রাসবাদী কার্যকলাপ সম্পৰ্কীয় দৃশ্য পৰিৱেশনৰ ক্ষেত্ৰতো সজাগ হোৱাৰ নির্দেশ
- ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যম, ডিজিটেল platform ক সজাগ হোৱাৰ আহ্বান
- চলি থকা অভিযান আৰু নিৰাপত্তা বাহিনীৰ সুৰক্ষাৰ বাবে সেয়া নিশ্চিত কৰিবলৈ আহ্বান
- মন্ত্রালয়ে সকলো টিভি চেনেলকে কেৱল টিভি নেটৱৰ্ক আইন ২০২১ মানি চলাৰ পৰামৰ্শ
- সংবাদ মাধ্যমৰ কভাৰেজ চৰকাৰে নিৰ্ধাৰণ কৰা বিষয়ৰ ওপৰত সীমাবদ্ধ থাকিব