- চিনাক্ত হ’ল সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামনি বৰাক টাৰ্গেট কৰা দুৰ্বৃত্ত।
- দুদিন পূৰ্বে কংগ্ৰেছ দলৰ পৰা বহিস্কৃত হোৱা ইমদাদুল ইছলাম নামৰ যুৱকজনে সংঘটিত কৰিছিল এই ভয়ংকৰ কাণ্ড।
- বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ এই মন্তব্য অসম আৰক্ষীৰ আই জি পি অখিলেশ কুমাৰ সিং আৰু নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ।
- প্ৰদ্যুৎ বৰদলৈৰ কনভয়ত আ/ক্ৰ/ম/ণকাৰীক চিনাক্ত
- প্ৰাক্তন কংগ্ৰেছীৰ নেতৃত্বতে সংঘটিত হৈছিল সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ওপৰত আ/ক্ৰ/মণ
- বহিস্কৃত কংগ্ৰেছী এমদাদুল ইছলামৰ নেতৃত্বত সংঘটিত হৈছিল আ/ক্ৰ/মণ
- মৈৰাবাৰী আৰু মৰিগাঁৱৰ অপৰাধীক অনা হৈছিল আ/ক্ৰ/ম/ণৰ বাবে
- চিনাক্ত কৰা হৈছে ভুৰাগাঁও, মৈৰাবাৰী, লাহৰিঘাটৰ সকলো আ/ক্ৰ/ম/ণকাৰীক
- আ/ক্ৰ/ম/ণকাৰীক নেতৃত্ব দিছিল বহিস্কৃত কংগ্ৰেছী এমদাদুল ইছলামে নিজেই