- পঞ্চায়ত নিৰ্বাচনত সংঘাত আৰু ব্যাপক খেলিমেলি ।
- কাইলৈ পুনৰ ৪৩টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ ।
- হাইলাকান্দিত সৰ্বাধিক ৩১টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ
- নির্বাচনী হিংসা আৰু খেলিমেলিৰ বাবে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ
- শ্রীভূমিত ৮টা, লখিমপুৰৰ দুটা ভোটকেন্দ্ৰত হ’ব পুনৰ ভোটগ্রহণ
- গোলাঘাট আৰু মাজুলীৰ এটাকৈ ভোটকেন্দ্ৰত হ’ব পুনৰ ভোটগ্রহণ