- ‘অসম বৈভৱ’, ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’ সন্মানৰ নামকৰণ সন্দৰ্ভত বিশেষ নিৰ্দেশনা
- এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ বাহিৰে কোনো অনুষ্ঠান, প্ৰতিষ্ঠান, ব্যক্তিবিশেষে ব্যৱহাৰ কৰিব নোৱাৰিব ‘অসম
- বৈভৱ’, ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’ সন্মানৰ নাম
- ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান হোৱাৰ বাবে এই বিশেষ নিৰ্দেশনা