সুকলমে সম্পন্ন APSCৰ ২০২৪ৰ প্ৰাৰম্ভিক পৰীক্ষা
৩৫খন জিলাৰ ৯০টা কেন্দ্ৰত অনুষ্ঠিত হয় প্ৰাৰম্ভিক পৰীক্ষা
মুঠ ২৮৮টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ ৫৭ হাজাৰ ২২২ গৰাকী পৰীক্ষাৰ্থী
প্রশাসনিক সেৱা, আৰক্ষী, বিত্তীয় সেৱাসহ ১৬টা সেৱাৰ বাবে অনুষ্ঠিত হৈছে পৰীক্ষা
APSCৰ মূল পৰীক্ষা ছেপ্টেম্বৰ-অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা