
গৌৰৱ গগৈৰ কথামতে ক্ষমা নোখোজে হিমন্ত বিশ্ব শৰ্মাই

‘যাৰ ঘৰত তিনি জনেই বিদেশী তেওঁৰ কথাৰ কোনো মুল্য নাই’

‘গৌৰৱ গগৈয়ে কেনেকৈ ভাবিব পাৰে মই ক্ষমা খুজিম বুলি’

‘NRC, ভোটাৰ তালিকাত নাম থাকিলেও বাংলাদেশী যাবই লাগিব’

‘বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ নহয়’

ক’ত ক’ত চলিব আৰু উচ্ছেদ অভিযান ?

উচ্ছেদৰ তালিকা দিলে মুখ্যমন্ত্ৰীয়ে

আমি য’তেই মাটি বিচাৰো তাতেই আমাক খেদে:হিমন্ত বিশ্ব শৰ্মা

‘উদ্যোগ স্থাপন কৰিবলৈ মাটি লাগিবই’

‘উদ্যোগ স্থাপন হলেহে সংস্থাপিত হ’ব’

কটন কলেজৰ সন্মুখত গো মাংস উদ্ধাৰক লৈ গৰজি উঠিল মুখ্যমন্ত্ৰী

অথচ কটন কলেজত প্ৰতিবাদ নাইঃ হিমন্ত

কোনোবা দিনা কামাখ্যা মন্দিৰৰ সন্মুখতো নিষিদ্ধ মাংস পেলায় থৈ যাব

হোজাই- ধুবুৰীত নিষিদ্ধ মাংস উদ্ধাৰক লৈও সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰীৰ

হিন্দু সমাজত কোনে পেলাইছে গো-মাংস ?

‘আৰক্ষী এটা ঢোল হয় যিমান পিটন দিয়ে পিটন খায় থাকিব’

‘মই আছো কাৰণে আৰক্ষীয়ে অলপ সাহস পাইছে’