- ‘বিজেপিক পৰাভূত কৰিবলৈ নাগৰিক সমাজ গুৰুত্বপূৰ্ণ’
- ই আগতেই কৈছে আগন্তুক নিৰ্বাচন সমূহত বিজেপিৰ বিৰুদ্ধে অকলে যুঁজ দিয়াতো উচিত নহয়’
- ‘বিজেপিক পৰাজয় কৰাৰ স্বাৰ্থত আমি সকলোৱে মিলিজুলি আগবাঢ়িব লাগিব’
- ২৬ৰ নিৰ্বাচনকলৈ ৰণকৌশল প্ৰস্তুত কৰিছে গৌৰৱ গগৈয়ে
- সাংগঠনিক ভেঁটি সুদৃঢ় কৰাত গুৰুত্ব প্ৰদান গৌৰৱ গগৈৰ
- ৰাজ্যৰ বিভিন্ন জিলালৈ ইতিমধ্যে ৰাওনা হৈছে APCCৰ ৮৮ গৰাকী পৰ্যৱেক্ষক
- মিত্ৰতা সন্দৰ্ভত নাগৰিক অভিৱৰ্তনকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া