Tuesday, June 17, 2025
Homeঅসমকি কি নিয়মাৱলী মানি চলিব লাগিব অম্বুবাচীলৈ অহা ভক্তই?

কি কি নিয়মাৱলী মানি চলিব লাগিব অম্বুবাচীলৈ অহা ভক্তই?

  • ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচীৰ মহাযোগ
  • ২২জুনৰ দিনৰ ২:৫৬ বজাত হ’ব প্রবৃত্তি
  • ২৬ জুনৰ পুৱা হ’ব অম্বুবাচীৰ নিবৃত্তি
  • ২৬ আৰু ২৭ তাৰিখে সৰ্বসাধাৰণৰ বাবে দৰ্শনৰ থাকিব সুবিধা
  • মন্দিৰ খোলাৰ পাছত প্রথম দুদিন VIP, VVIPৰ বাবে নাথাকিব দৰ্শনৰ সুবিধা
  • পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৬ বজালৈহে ভক্ত আহিব পাৰিব নীলাচল পাহাৰলৈ
  • ৩-৪ ঘণ্টা সময়ৰ ভিতৰতে নীলাচলৰ পৰা উভতিব লাগিব ভক্ত
  • বাদ্যযন্ত্ৰ বজাই অপ্রীতিকৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ আহ্বান প্রশাসনৰ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments