- ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে সুখবৰ
- প্রাথমিক পৰ্যায়ৰ ৫,৫৫০টা শিক্ষক পদত শীঘ্রেই নিযুক্তি
- ইয়াৰে ৩,৮০০ টা পদ উচ্চ প্রাথমিক বিদ্যালয়ৰ ১,৭৫০ টা পদ নিম্ন প্রাথমিক বিদ্যালয়ৰ
- এই পদসমূহ পূৰণৰ পূৰ্বে শুক্রবাৰৰ পৰা আৰম্ভ হ’ব নথি পৰীক্ষণ প্রক্রিয়া
- ন্যায়ালয়ৰ অনুমতি সাপেক্ষে আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ
- NIOS ৰ অধীনত D.El.Ed কৰা সকলেও পাব সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ সুবিধা
- ন্যায়ালয়ৰ নিৰ্দেশতে NIOSৰ অধীনত D.El.Ed কৰা সকলক এই সুবিধা প্রদান