Monday, March 16, 2026
Homeঅসমসমাপ্ত হ'ল আন এক বৃহৎ উচ্ছেদ অভিযান

সমাপ্ত হ’ল আন এক বৃহৎ উচ্ছেদ অভিযান

  • অৰ্ধশতাধিক এক্সেকেভেটৰ, ডেৰ হাজাৰোধিক আৰক্ষীৰ জোৱানৰ সমৰসজ্জাৰ মাজেৰে সমাপ্ত হ’ল আন এক বৃহৎ উচ্ছেদ অভিযান।
  • গোৱালপাৰা জিলাৰ অন্যতম বনাঞ্চল পাইকানৰ এহেজাৰৰো অধিক বিঘা ভূমি বেদখলমুক্ত কৰিলে প্ৰশাসনে।
  • উচ্ছেদ অভিযানৰ মাজতেই সংঘটিত হ’ল একাধিক বিক্ষিপ্ত ঘটনা।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments