পাকিস্তানৰ হেকাৰৰ কবলত গুৱাহাটী বিশ্ববিদ্যালয়
বহুকেইখন শিক্ষানুষ্ঠানৰ গ্ৰন্থাগাৰৰ REMOTE LOGIN হেক
REMOTE LOGIN ছিষ্টেমৰ ৱেবছাইটত লিখিলে ‘পাকিস্তান জিন্দাবাদ’
স্বাধীন কাশ্মীৰৰ সমর্থনতো বিভিন্ন পোষ্ট হেকাৰৰ
‘দুধ মাংগোগে তৌ খিৰ দেংগে, কাশ্মীৰ মাংগোগে তৌ ছিৰ দেংগে’ বুলিও লিখিলে হেকাৰে
