Tuesday, March 10, 2026
Homeবিজ্ঞানসূচনা হ'ল ভাৰতৰ মহাকাশ গৱেষণা ইতিহাসৰ এক সোণালী অধ্যায়ৰ।

সূচনা হ’ল ভাৰতৰ মহাকাশ গৱেষণা ইতিহাসৰ এক সোণালী অধ্যায়ৰ।

কেলিফৰ্ণিয়াৰ উপকুলত সফল লেণ্ডিং।

সূচনা হ’ল ভাৰতৰ মহাকাশ গৱেষণা ইতিহাসৰ এক সোণালী অধ্যায়ৰ।

এক্সিয়ম ফোৰ অভিযান সফলতাৰে সম্পন্ন কৰি পৃথিৱীত ভৰি দিলেহি শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰীয়ে।

ভাৰতীয় সময়মতে দিনৰ ৩ বজাত মহাকাশচাৰীকেইজনক কঢ়িয়াই অনা স্পেছ এক্সৰ GRACE মহাকাশ যানখনে সফলতাৰে লেণ্ডিং কৰে কেলিফৰ্ণিয়াৰ উপকূলত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments