- চুমি বৰা, বিশাল ফুকন, তার্কিক বৰাৰ আবেদন খাৰিজ
- বেংক একাউন্ট, জব্দকৃত সামগ্রী উভতাই দিয়াৰ আবেদন খাৰিজ
- ৫ অভিযুক্তই আদালতত দাখিল কৰা আবেদন খাৰিজ
- ডিচেম্বৰৰ ভিতৰত সকলো গোচৰৰ তদন্ত সমাপ্তৰ নির্দেশ CBI মুখ্য কাৰ্যালয়ৰ
- তদন্ত সমাপ্ত হ’লেই ট্রায়েল আৰম্ভ হ’ব CBIৰ বিশেষ আদালতত
- চুমিৰ ককায়েক-বৌয়েকৰ একাউন্ট সমূহৰো পুনৰ হ’ব পৰীক্ষন
- পাৰ্চেলিয়া নামৰ ঔষধৰ নামত কোম্পানীটোত ট্রেডিঙৰ নামত বিনিয়োগ প্রায় ৬০ লাখ
