Saturday, March 14, 2026
Homeঅসমস্নাতক শিক্ষক পদৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে সুখবৰ

স্নাতক শিক্ষক পদৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে সুখবৰ

  • স্নাতক শিক্ষক পদৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে সুখবৰ
  • কাইলৈৰ পৰা পুনৰ আৰম্ভ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া
  • ইতিপূৰ্বে প্ৰকাশ কৰা ‘কাট অব মাৰ্কৰ্ছ’ অনুসৰি সম্পন্ন হ’ব নথি পৰীক্ষণ
  • দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ ১,৩৮৯ গৰাকী প্ৰাৰ্থীৰ হ’ব নথি পৰীক্ষণ
  • ৰাজ্যৰ ৬ টা মণ্ডলত সম্পন্ন হ’ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ
  • তালিকাত ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাৰ প্ৰাৰ্থীৰো হ’ব নথি পৰীক্ষণ
  • স্নাতক পৰ্যায়ৰ সৰ্বমুঠ শিক্ষকৰ পদ আছে ৮,২৩০ টা
  • ইয়াৰে চৰকাৰী শিক্ষানুষ্ঠানত আছে ২২৬ টা স্নাতক শিক্ষকৰ পদ
  • প্রাদেশীকৃত শিক্ষানুষ্ঠানত স্নাতক শিক্ষকৰ মুঠ পদ ৮,০০৪ টা
  • মাধ্যমিক পর্যায়ত হিন্দী শিক্ষকৰ মুঠ পদ আছে ৬৪২টা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments