Sunday, March 15, 2026
Homeঅসমৰাজ্যিক কেবিনেটত কি কি সিদ্ধান্ত?

ৰাজ্যিক কেবিনেটত কি কি সিদ্ধান্ত?

👉‘গুৱাহাটীত থলুৱা লোকক উচ্ছেদ কৰা নহয়’
👉‘অখিলঞ্জীয়া মানুহৰ বাবে সমীক্ষা চলি আছে গুৱাহাটীত’
👉‘গুৱাহাটীত মানুহৰ সংখ্যা বেছি হৈছে’
👉‘অলপ মানুহ কমাব লাগিব’
👉নন্দিনী কাশ্যপৰ বিৰুদ্ধে ৰুজু হ’ব Culpable homicide amounting to murderৰ চাৰ্জশ্বীট
👉 নন্দিনীৰ গ্ৰেপ্তাৰকলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য
👉 ‘দুৰ্ঘটনাৰ দিনাই নন্দিনীক গ্ৰেপ্তাৰ নকৰাটো এটা কৌশল আছিল’
👉 ‘সেই দিনা গ্ৰেপ্তাৰ কৰিলে নিশাই এৰি দিব লাগিলহেঁতেন’
👉মিঞালেণ্ডক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ
👉‘আমি মিঞালেণ্ড পাতি দিম’
👉‘বাংলাদেশ আৰু আফগানিস্তানত পাতিম মিঞালেণ্ড’
👉‘অসমত মিঞালেণ্ড পাতিবলৈ দিয়া নহ’ব’
👉গৌৰৱ গগৈক পুনৰ সমালোচনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
👉 ‘গৌৰৱ গগৈয়ে সংসদত ৰখা বক্তব্য অসমৰ বাবে লজ্জাজনক’
👉 ‘তেওঁৰ ভাষণৰ পৰা তেওঁৰ পাকিস্তান প্ৰীতি ওলাই পৰিছে’
👉 ‘তেওঁৰ পৰিয়ালৰ ৩ জনে ইতিমধ্যে বিদেশৰ নাগৰিকত্ব লৈছে’
👉 ‘মই আজি কৈ দিওঁ তেওঁ নিজেও
👉কোনোবাদিনা ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিব’
👉জ্যোছিতা দাসৰ মৃ*ত্যুৰ ঘটনাৰ তদন্ত CBI ক অৰ্পনৰ সিদ্ধান্ত
👉কেবিনেটত লোৱা হয় সিদ্ধান্ত
👉২০-২৫ দিনৰ ভিতৰত আনুষ্ঠানিকভাৱে অৰ্পন কৰা হ’ব CBI ক
👉JJM ঠিকাদাৰসকলৰ বাবে সুখবৰ
👉 ঠিকাদাৰসকলক ধন মোকলাই দিয়াৰ সিদ্ধান্ত কেবিনেটৰ
👉 Performance Guaranteeৰ ধন মোকলাই দিব চৰকাৰে
👉 প্ৰায় ১৫০০ কোটি টকা মোকলাই দিব চৰকাৰে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments