Tuesday, March 10, 2026
Homeঅসমৰাজ্যৰ দুৰ্গম অঞ্চলৰ নাগৰিকে এতিয়াৰে পৰা লাভ কৰিব আগ্নেয়াস্ত্র

ৰাজ্যৰ দুৰ্গম অঞ্চলৰ নাগৰিকে এতিয়াৰে পৰা লাভ কৰিব আগ্নেয়াস্ত্র

  • ৰাজ্যৰ দুৰ্গম অঞ্চলৰ নাগৰিকে এতিয়াৰে পৰা লাভ কৰিব আগ্নেয়াস্ত্র
  • ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
  • এই সিদ্ধান্তৰ আধাৰতে আজি মুকলি হ’ল আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিশেষ আঁচনি
  • ‘আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিলেও চৰকাৰে প্ৰদান নকৰে আগ্নেয়াস্ত্ৰ’
  • অনুজ্ঞাপত্র পালেও আবেদনকাৰীয়ে নিজেই ক্ৰয় কৰিব লাগিব আগ্নেয়াস্ত্র : মুখ্যমন্ত্রী
  • ‘অৰুণোদয় আঁচনিৰ দৰে প্ৰদান কৰা নহয় আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ’
  • খ্রীষ্টান-ইছলাম ধৰ্মাৱলম্বীসকলেও লাভকৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্র : মুখ্যমন্ত্রী
  • ‘আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্র প্রদানত খেলিমেলি হ’লে CM,CS,DGP দায়ৱদ্ধ নহয়’
  • ইয়াৰ বাবে দায়বদ্ধ হ’ব প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক : মুখ্যমন্ত্রী
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments