Tuesday, March 10, 2026
Homeঅসমগুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত /ভ/য়ং/ক/ৰ/ ঘটনা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত /ভ/য়ং/ক/ৰ/ ঘটনা

👉গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত /ভ/য়ং/ক/ৰ/ ঘটনা
👉 হাস্পতালত যুৱতীৰ নিথৰদেহ ৰাখি পলায়নৰ অপচেষ্টা যুৱকৰ
👉 নিজৰ অট’ত যুৱকজনে আনিছিল মৃ*ত যুৱতীগৰাকী
👉 নিথৰদেহটো অট’ৰ পৰা নমাই পলায়নৰ অপচেষ্টা যুৱকজনৰ
👉 নিৰাপত্তাৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে যুৱকজনক
👉 GMCHত পেলাই থৈ যোৱা যুৱতীৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
👉 শনিবাৰে নিশা ইছলামপুৰৰ এখন হোটেলত চলিছিল বিলাসী পার্টি
👉 নামী-দামী ব্যক্তিৰ সমাগম ঘটিছিল হোটেলখনত
👉 ইমৰাণৰ মোবাইলৰ পৰা উদ্ধাৰ যুৱতীৰ ফটো, গ্ৰাহকৰ নম্বৰ
👉 লাচিত নগৰৰ এখন হোটেলত ইমৰাণে যুৱতী যোগান ধৰাৰ সন্দেহ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments