Thursday, March 12, 2026
Homeঅসমছিংগাপুৰৰ পৰা আহিছে দুখবৰ, অসম কণ্ঠ, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু...

ছিংগাপুৰৰ পৰা আহিছে দুখবৰ, অসম কণ্ঠ, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই।

  • জুবিন গাৰ্গ আৰু নাই
    ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰিলে
    নৰ্থ-ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰত আছিল জুবিন গাৰ্গ
    স্কোৱা ড্রাইভিং কৰি থাকোতেই পানীত পৰিছিল জুবিন
    আশু আৰোগ্য কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছিল সকলোৱে
  • অসম কণ্ঠ, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই।ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীয়ে।
  • তাৰ মাজতেই আজি তেওঁ স্কোবা ডাইভিং কৰিবলৈ গৈছিল।
  • তাতেই তেওঁ অসুস্থ হৈ পৰিছিল আৰু সাগৰ তলীতে অচেতন হৈ পৰে।
  • তাৰ পৰা তেওঁক তাৎক্ষণিভাৱে হাস্পতাললৈ লৈ গৈ চিকিৎসা প্ৰদান কৰা হৈছিল যদিও প্ৰায় এঘণ্টা তেওঁ আই চি ইউত অচেতন অৱস্থাতে থাকে।
  • পাছত তেওঁক চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments