- আজিয়ে অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ
- গৰিমা গাৰ্গৰ ছিংগাপুৰ যাত্ৰা বাতিল
- আজিয়ে অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ।
- চাৰ্টাৰ্ড বিমানযোগে অসমলৈ অনা হ’ব জুবিনৰ নশ্বৰদেহ।
- জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ছিংগাপুৰলৈ ৰাওনা হৈছিল যদিও সেই যাত্ৰা বাতিল কৰি তেওঁ উভতি আহিছে।
- উল্লেখযোগ্য যে ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন।
- তাত সাগৰত সাঁতুৰিবলৈ গৈ ছিজাৰ এটেকত আক্ৰান্ত হৈছিল জুবিন।
- ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীয়ে।
